Breaking

বিহালী নদীৰ খহনীয়া প্রতিৰোধৰ বাবে পার্কুপাইন

0 1,235

 বিহালী বিধান সভা সমষ্টি অন্তর্গত চেৰেলীয়া গাঁও পঞ্চায়তৰ কেটেলা চাহ বাগিছা ৯নং লাইন আৰু বিজুলি জাৰণি গাঁৱত বিহালী নদীৰ গড়াখহনীয়া অব্যাহত আছিল l চেৰেলীয়া গাও  পঞ্চায়তৰ সভাপতি বিকু কেওটৰ তৎপৰতাত যোৱা বছৰ  JCBৰে নদী খন্দাত কিছু পৰিমানে গড়াখহনীয়াৰ পৰা ৰক্ষা  পৰিছিল l এইবাৰ পুনৰ খহনীয়া হোৱাৰ বাবে  উক্তস্থানতে  পার্কোপাইনৰ ব্যৱস্হা কৰিছে l লগতে খেল পথাৰৰো ব্যৱস্থা কৰি দিয়াত অঞ্চলটোৰ যুৱক সকলে সভাপতিক ধন্যবাদ জনাইছে l

Leave A Reply