Breaking

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচীৰ স্বামী পল পেলোচিক তেওঁৰ ঘৰতে এজন অচিনাক্ত দুবৃত্তই আক্ৰমণ কৰে…

0 16

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ (হাউছ অফ ৰিপ্ৰেজেন্টেটিভ) অধ্যক্ষ নেন্সি পেলোচীৰ স্বামী পল পেলোচিক তেওঁৰ ঘৰতে এজন অচিনাক্ত দুবৃত্তই আক্ৰমণ কৰে।

পেলোচিৰ কাৰ্যালয়ে শুকুৰবাৰে এটা বিবৃতি জাৰি কৰিছে। এই আক্ৰমণত পল আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

পেলোচীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে এজন অচিনাক্ত ব্যক্তিয়ে অধ্যক্ষৰ চান ফ্ৰান্সিস্কোৰ ঘৰত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ ৮২ বছৰীয়া পলক হাতুৰীৰে আক্ৰমণ কৰে।

Leave A Reply