Pawan Khera: আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিনৰ শুনানি

গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্রিম জামিন আবেদন পৱন খেড়াৰ।(Pawan Khera)

আজি অনুষ্ঠিত হ’ব অগ্রিম জামিনৰ শুনানি।

ন্যায়াধীশ পি জে শইকীয়াৰ আদালতত আজি হ’ব শুনানি।

সর্বোচ্চ ন্যায়ালয়ত মুখথেকেচা খোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত খেড়াই কৰিছিল জামিন আৱেদন।

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভুৱা পাছপোৰ্টৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ খেড়াৰ বিৰুদ্ধে।

Related Articles