Breaking

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ…

0 30

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হয় চুক্তি।

আলফাৰ হৈ চুক্তিত স্বাক্ষৰ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, চিত্ৰবন হাজৰিকা, প্ৰণতি ডেকা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰীৰ।

Leave A Reply