আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে…

আজি অৰুণাচল প্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহ।

আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে।

দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা অমিত শ্বাহ আৰু জে পি নাড্ডা।

Related Articles