Breaking

‘গণতন্ত্ৰত মানুহৰ প্ৰকৃত শাসন ক্ষমতা থাকিব লাগে’- প্ৰিয়ংকা গান্ধী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কি ক’লে ৰাহুল গান্ধীয়ে…

0 38

গণতন্ত্ৰত মানুহৰ প্ৰকৃত শাসন ক্ষমতা থাকিব লাগে।গণতন্ত্ৰত শাসকীয় ব্যক্তিৰ মনৰ কথা নহয়, কিন্তু ৰাইজৰ কথা-বতৰাহে গুৰুত্বপূৰ্ণ।ইয়াৰ বাবে জনসাধাৰণৰ কথা শুনাটো প্ৰয়োজনীয়। জনসাধাৰণৰ মনোভাৱ বুজি পোৱাতো জৰুৰী।


ভাৰত জোডো যাত্ৰা হৈছে মানুহৰ কথা শুনাৰ আটাইতকৈ সফল উদাহৰণ, য’ত ৰাহুল গান্ধীয়ে আৰু হাজাৰ হাজাৰ কংগ্ৰেছ দলৰ নেতাই জনসাধাৰণৰ মাজলৈ গৈ জনসাধাৰণৰ কথা শুনিছিল।কেম্ব্ৰিজৰ প্ৰতিষ্ঠিত ভিভিয়ে ৰাহুল গান্ধীক এই বিষয়ত নিজৰ মতামত দিবলৈ আহ্বান জনাইছিল। সামাজিক মাধ্যমত প্ৰিয়ংকা গান্ধীয়ে জনাইছিল এই কথা।

Leave A Reply