ৰাইজৰ বাৰ্তা

অসম গ্ৰন্থমেলা, হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি; ‘শিশুৰ দিন’ৰ দ্বিতীয় দিনাও উছৱ মুখৰ পৰিৱেশ

অপৰূপ প্ৰকৃতিৰে শুশোভিত হাফলঙত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলালৈ লেখক-পাঠকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে...

৬ অক্টোবৰৰ পৰা ছবিগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘মমতাৰ চিঠি’; জ্যোতি চিত্ৰবনত সম্পন্ন প্ৰিমিয়াৰ শ্ব’

বৃহস্পতিবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত সম্পন্ন হ’ল নতুন অসমীয়া চলচ্চিত্ৰ মমতাৰ চিঠিৰ প্ৰিমিয়াৰ শ্ব’৷ অনুষ্ঠানটিত আৰোহণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী ,সমাজকৰ্মী প্ৰীতি...

কলাগুৰু থিয়েটাৰৰ আত্মপ্ৰকাশ

২০২৪-২৫ নাট্যবৰ্ষত ভ্ৰাম্যমাণ নাট্যজগতত আত্মপ্ৰকাশ ঘটিব এটা নতুন নাট্যদলৰ। বাক্সা জিলাৰ আঠিয়াবাৰীৰ পৰা আত্মপ্ৰকাশ কৰিবলগীয়া এই নাট্যদলটোৰ নাম হৈছে কলাগুৰু থিয়েটাৰ। ইতিমধ্যেই গুৱাহাটীৰ ৰাজগড়স্থিত...

“ৰাজ্যৰ জনসাধাৰণে অনিয়ন্ত্ৰিত বিদ্যুৎ মাচুল আদায় দিবলৈ অসমৰ্থ হৈ পৰিছে, চৰকাৰ নিৰ্লিপ্ত…”

বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটী মানবেন্দ্ৰ শৰ্মা সোঁৱৰণী খেলপথাৰত চৰকাৰৰ বিৰুদ্ধে চাৰ্কুলাৰ দাহ আৰু কংগ্ৰেছ দল শাসনলৈ আহিলে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়াৰ...

তেজপুৰত আমছুৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকক...

Popular