ৰাইজৰ বাৰ্তা

মাজুলীত মৰ্মান্তিক ঘটনা: চানং ঘাটত গৰ্ভৱতী মহিলাৰ চিৎকাৰ, টুলুঙা নাৱৰ ওপৰতে প্ৰসৱ কৰিলে সন্তান, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথত শিশুটিৰ মৃত্যু

এগৰাকী মাতৃৰ বুকু উদং কৰি ঘাটৰ পৰাই ঘৰলৈ ওভতাই নিব লগা হ'ল এগৰাকী প্ৰসূতি মাতৃক। মাজুলীৰ চানং ঘাটত এটা সপ্তাহৰ পূৰ্বে সংঘটিত হোৱা মৰ্মান্তিক...

পৃথিৱীৰ কক্ষপথৰ পঞ্চম আৰু শেষ পৰ্যায় অতিক্ৰম চন্দ্ৰযান-৩ৰ

চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ কক্ষপথৰ পঞ্চম আৰু শেষ পৰ্যায় অতিক্ৰম কৰিলে। ২.৪৫ বজাৰ ভিতৰত ইছৰোৱে এই সফলতাৰ বিষয়ে টুইট কৰে। চন্দ্ৰযান-৩ৰ গতিবিধি নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছে...

দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থ অধ্যয়নৰ কৰ্মশালাৰ সফল সামৰণি

নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি গ্ৰন্থ জাগৰণ গঢ়াৰ উদ্দেশ্যে দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ উদ্যোগত তিনিদিনীয়া্ কাৰ্যসূচীৰে "গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা" শীৰ্ষক এক ব্যতিক্ৰমি কৰ্মশালা সফলতাৰে...

ধুবুৰীৰ জিলাৰ শৌলমাৰী আৰক্ষীৰ অভিযানত জব্দ ৫কুইণ্টল ৭৩ কেজি গো মাংস সহ এখন বিলাসী বাহন

ৰাজ্যত অব্যাহত আছে গো মাংসৰ চোৰাং সৰবৰাহ। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱা শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকিব ৰেজাৰ নেতৃত্বত আৰক্ষীৰ...

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সোমবাৰে চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজখন আকস্মিকভাৱে পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ...

Popular