ৰাইজৰ বাৰ্তা

অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ল ড° ভূপেন হাজৰিকা বঁটা

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে সুধাকণ্ঠ ‘ড° ভূপেন হাজৰিকা’ বঁটাৰে সন্মানিত কৰিলে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰতৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰবীনা টেণ্ডনক। মুম্বাইৰ বান্দ্ৰাৰ নিলয়...

বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজলালে এলভিছ আলী হাজৰিকাই

অসম সন্তান এলভিছ আলী হাজৰিকাৰ অন্য এক সাফল্য৷ বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজলালে এলভিছে৷ ৩১ ঘণ্টাত ৭৮ কিঃমিঃ ইংলিছ চেনেল সাঁতুৰি অভিলেখ সন্তৰণবিদ এলভিছৰ৷ এই সাফল্য...

প্ৰাক্তন টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ মৃত্যু

প্ৰাক্তন খ্যাতনামা ৰাজ্যিক টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ বুধবাৰে আকস্মিক বিয়োগ ঘটে। গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে সকলো সদস্যৰ হৈ তেওঁৰ মৃত্যুত গভীৰ...

বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগ চাৰি গৰাকী কৃতী প্ৰধান শিক্ষকক সম্বৰ্ধনা

বুধবাৰে বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগত বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ নাম প্ৰসংগৰে আৰম্ভ হোৱা সভাখনত গুণোৎসৱ ২০২৩ত...

কবি দীপিকা ফুকনলৈ কাব্যনন্দিনী সন্মান

"সোণালী ডেউকাৰ সোণালী সপোন" আৰু "ৰৈ ৰৈ কান্দিছে বিৰহী ৰাধা" কাব্যগ্ৰন্থৰ কবি, শিক্ষয়িত্ৰী দীপিকা ফুকনলৈ আগবঢ়োৱা হৈছে নেবকছৰ "কাব্যনন্দিনী" সন্মান। গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত...

Popular