Breaking

Browsing Category

বিজ্ঞান-প্ৰযুক্তি

ভাৰতে সফলতাৰে পৰীক্ষা কৰিলে অগ্নি-৩ বেলিষ্টিক মিছাইল, জানো আহক ইয়াৰ ৰেঞ্জ…

ভাৰতৰ নতুন দিল্লীত বুধবাৰে পুনৰবাৰ আব্দুল কালাম দ্বীপৰ পৰা অগ্নি-৩ৰ সফল পৰীক্ষণ। ই পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল। একে সময়তে এই পৰীক্ষা প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰা নিয়মীয়া প্ৰশিক্ষণ আৰম্ভৰ অংশ
Read More...

আজি ২১ নৱেম্বৰ, বিশ্ব টেলিভিছন দিৱস ২০২২। ইয়াৰ তাৎপৰ্য্য,ইতিহাস জানেনে?

প্ৰতি বছৰে ২১ নৱেম্বৰত বিশ্ব টেলিভিছন দিৱস পালন কৰা হয়। আমাৰ জীৱনত টেলিভিছনৰ মূল্য আৰু প্ৰভাৱক চিনি পোৱা এটা দিন। আমি সকলোৱে জানো যে সমাজত আৰু ব্যক্তিৰ জীৱনত টেলিভিছনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই আমাৰ দৈনন্দিন মনোৰঞ্জন আৰু তথ্যৰ উৎস।
Read More...

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ’ডনি পোলো…

আজি ইটানগৰৰ হোলাংগীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰীণফিল্ড 'ডনি পোলো বিমানবন্দৰ' উদ্বোধন কৰে। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে হোলোংগীত এটা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। জনজাতীয়
Read More...

উল্কাপিণ্ডই দিছে পৃথিৱীত পানী সৃষ্টিৰ ৰহস্য সমাধানত নতুন দিশৰ সন্ধান

পানীয়ে পৃথিৱীৰ পৃষ্ঠৰ তিনি-চতুৰ্থাংশ আৱৰি আছে আৰু জীৱনৰ উদ্ভৱৰ বাবে গুৰুত্বপূৰ্ণ উপাদান । কিন্তু পানীৰ উৎপত্তিৰ বিষয়টো বিজ্ঞানীসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আছে। যোৱা বছৰ গ্লচেষ্টাৰশ্বায়াৰত মহাকাশৰ পৰা সৰি পৰা এটা ৪.৬
Read More...

ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-এছ শ্ৰীহৰিকোটাৰ পৰা উৰণ…

ভাৰতত মহাকাশ খণ্ডই এক ইতিহাস ৰচি ইছৰ’ই আজি পুৱা ১১.৩০ বজাত শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট উৎক্ষেপণ কৰে। এই ঐতিহাসিক উৎক্ষেপণৰ সাক্ষী হ’বলৈ কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী জিতেন্দ্ৰ সিঙে উৎক্ষেপণ কেন্দ্ৰটো পৰিদৰ্শন কৰে।
Read More...

স্পেইনত গাড়ী আকাৰৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে…

স্পেইনত গাড়ী আকাৰৰ ডাইনোছৰ যুগৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে। Leviathanochelys aenigmatica নামৰ কচ্ছপটোৰ দীঘল আছিল প্ৰায় ১২ ফুট (৩.৭ মিটাৰ), ওজন দুটনৰ অলপ
Read More...

স্কাইৰুটে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ উৎক্ষেপণ কৰিব …

হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেছে ঘোষণা কৰিছে যে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-এছ ১৮ নৱেম্বৰত উপ-কক্ষপথ অভিযানত উৎক্ষেপণ কৰা হ’ব। ‘প্ৰৰম্ভ’ (আৰম্ভণি) নামেৰে নামাকৰণ কৰা স্কাইৰুট এৰ’স্পেচৰ প্ৰথম
Read More...

‘বিক্ৰম–এছ’-ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট; উৎক্ষেপণ কৰা হ’ব ১৫ নৱেম্বৰত।

আগন্তুক ১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ কৰা হ’ব। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ ‘স্কাইৰুট এৰোস্পেচ’এ শুকুৰবাৰে এই ঘোষণা কৰে। স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক ‘প্ৰাৰম্ভ’ নাম দিয়া হৈছে য’ত
Read More...

আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আহিল সু-খবৰ, এতিয়াৰে পৰা আপোনাৰ আইফোনটো 5জি নেটৱৰ্কলৈ লৈ সলনি কৰিব পাৰিব

এপলে আইঅএছ ১৬.২ বিটা আপডেট আৰম্ভ কৰিছে। যিআইফোনত 5জি সমৰ্থন আনিছে। কোনবোৰ আইফোন মডেলে 5জি সমৰ্থন পাব আৰু কেনেদৰে সক্ৰিয় কৰিব লাগে, ইয়াত সকলো বোৰ এপলে আইঅএছ 16.2 বিটা আপডেট আৰম্ভ কৰিছে। নতুন সুবিধাবোৰৰ উপৰিও, এই
Read More...

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ মহাকাশযান প্ৰেৰণ; প্ৰেৰণ কৰিব হায়দৰাবাদৰ এটা…

ভাৰতৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ মহাকাশযান প্ৰেৰণ কৰিব হায়দৰাবাদৰ স্কাইৰুট এৰ’স্পেচে। দ্যা প্ৰাৰম্ভ মিছন নামেৰে চলোৱা এই প্ৰকল্পটোৱে নৱেম্বৰৰ দ্বিতীয় সপ্তাহতে এখনি ৰকেট মহাকাশলৈ প্ৰেৰণ কৰিব। বিক্ৰম-এছ নামৰ এই ৰকেটখন ভাৰতৰ
Read More...