ৰাইজৰ বাৰ্তা

ধুবুৰীৰ জিলাৰ শৌলমাৰী আৰক্ষীৰ অভিযানত জব্দ ৫কুইণ্টল ৭৩ কেজি গো মাংস সহ এখন বিলাসী বাহন

ৰাজ্যত অব্যাহত আছে গো মাংসৰ চোৰাং সৰবৰাহ। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱা শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকিব ৰেজাৰ নেতৃত্বত আৰক্ষীৰ...

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সোমবাৰে চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজখন আকস্মিকভাৱে পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ...

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ...

টুইটাৰৰ পৰা নাইকীয়া হ’ব নীলা চৰাই; কিয় জানেনে?

ইলন মাস্কৰ নতুন সিদ্ধান্ত৷ সলনি কৰিব টুইটাৰৰ ল'গ'। যাৰ বাবে এতিয়াৰে পৰা টুইটাৰত ল'গ' হিচাবে নীলা চৰাই অৰ্থাৎ ব্লু বাৰ্ড ল'গ'ক দেখা পোৱা নাযাব।...

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী...

Popular