ৰাইজৰ বাৰ্তা

মাজুলী জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ বালিচাপৰি নাথ গাঁও অধিৱেশন ২০২৩ সম্পন্ন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি অনুষ্ঠান সম্পন্ন মাজুলীত৷ সমন্বয় শাখা সাহিত্য সভা পুৰণিবাৰীৰ উদ্যোগত মাজুলী জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে বালিচাপৰি...

লঃলে নিঃতম গুমৰাগ চঃমানে কঁপালে মাজুলীৰ নামনি গেজেৰা

মিচিং সকলৰ পিতৃ সংগঠন বাঃনৗ কৗবাঙৰ শতবৰ্ষৰ দেওবাৰে দ্বিতীয়টো দিন৷ তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ নামনি গেজেৰাত উদযাপন কৰা হৈছে বাঃনৗ কৗবাং৷ তাৰে লগত সংগতি ৰাখি বিভিন্ন...

প্ৰসংগঃ আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ’; স্পষ্টীকৰণ দিলে আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে

অসম আৰক্ষীৰ কু-কাণ্ডৰ বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে৷ কেইদিনমান পূৰ্বে এটা ভিডিঅ' ভাইৰেল হৈছিল; য'ত দেখা গৈছিল যে এজন আৰক্ষী বিষয়াই এগৰাকী মহিলাক...

বিচ্ছিন্ন হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধেমাজিত বানৰ সংহাৰী ৰূপ

ধাৰাবাহিক বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ৷ যিকোনো মুহূৰ্ততে যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ধেমাজিৰ...

অৱশেষত অহৰহ উপহাসৰ বলি হোৱা অভিনেত্ৰী সুমনা চক্ৰৱৰ্তীয়ে কমেডিয়ান কপিল শৰ্মাৰ বিষয়ে মুকলিকৈ ক’লে!

জনপ্ৰিয় টেলিভিছন শ্ব' 'দ্য কপিল শৰ্মা শ্ব'ৰ এখন বিখ্যাত মুখ বঙালী অভিনেত্ৰী সুমনা চক্ৰৱৰ্তী। সুমনাই বিগত ৭ বছৰ ধৰি কমেডিয়ান কপিল শৰ্মাৰ সৈতে কাম...

Popular