ৰাইজৰ বাৰ্তা

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

Bye: বেছিভাগেই নাজানে! ফোন ৰখাৰ সময়ত ‘Bye’ বুলি কয়, ‘Bye’ৰ ফুলফর্ম কি?

ফোনত কথা পাতি শেষত ‘বাই’ বুলি যে কয় Byeৰ ফুলফর্ম জানেনে? বেছিভাগ মানুহেই হয়টো এই প্ৰশ্নৰ উত্তৰ নাজানে। (Bye)

Surya Das: স্তব্ধ হ’ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে

তেওঁৰ শূন্যতাত আজি অসমৰ সংগীতাকাশ কলীয়া ডাৱৰে ছানি ধৰিলে।(Surya Das) 'শত জনমৰ পুণ্যৰ ফলত জন্ম ল'লো এই অসমত' বুলি আই অসমীৰ বন্দনা গোৱা শিল্পীগৰাকীয়ে আজি এই পুণ্যভূমি এৰি, এভৱ মায়াৰ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি চিৰদিনলৈ গতি কৰিলে পৰলোকলৈ।

Relationship Tips: নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ সন্মতিৰ কিয় প্ৰয়োজন?

নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা সন্মতি লোৱাটো কিয় প্ৰয়োজন? প্ৰতিজন ল’ৰাই নিজৰ জীৱনত সিদ্ধান্ত ল’ব পৰাকৈ দায়বদ্ধ হৈ পৰে, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তত পিতৃ-মাতৃৰ সন্মতি ল’লে তেতিয়া বহু সুবিধা লাভ কৰিব পাৰি।(Relationship Tips)

Bogdoi। মানুহৰ হাতে খন্দা অসমৰ একমাত্ৰ নদী মানুহৰ হাততেই ধ্বংস ক্ষণ গনিছে

Bogdoi। মানুহৰ নিজ হাতে খন্দা অসমৰ একমাত্ৰ নদী হল ভোগদৈ,আৰু এই ভোগদৈ নদী যোৰহাটবাসী স্বাভিমান আৰু ভোগদৈ নদী সন্মুখত লৈয়ে যোৰহাট বাসীয়ে নিজৰ জীৱন ধাৰণ প্ৰণালী আৰম্ভ কৰা লগতে ভোগদৈ লৈ তেওঁ লোকৰ বহু সপোন নিৰ্হিত হৈ থাকে।কিন্তু স্বাভিমান নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত।কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীত জাৱৰ জোথৰ মল মুত্ৰ পেলাই নদীখন অপৰিস্কাৰ কৰি পেলোৱা লগতে ইয়াৰ বক্ষ বাম কৰি পেলাইছে, ফলত ক্ষণে ক্ষণে মৃত্যু পিনে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল এদল যুৱবাহিনী।

Popular