ৰাইজৰ বাৰ্তা

Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত ‘ফাগুনৰ ৰংময় ক’লাজ’ আৰু ‘কবিতাৰ শেৱালি সুৱাস’ উন্মোচন

কবিতাই কবিৰ প্ৰাণ। কবিতাই(Poetic City of Diphu) কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে।

Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ

অসমৰ ৰাইমনা(Raimana National Park) ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ(Endangered Chinese wild boar) উপস্থিতি ধৰা পৰিছে আৰু সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে।

BTR। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্সাত উন্নয়নৰ বাবে বিশেষ পদক্ষেপ আন্তঃগাঁথনি, কৃষি, আৰু শীতল ভঁৰাল ৰখাৰ ওপৰত গুৰুত্ব বিটিআৰত

BTR। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত সংযোগ বৃদ্ধি আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়োৱে বাক্সাৰ ডলবাৰীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ নং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য অৰ্থনীতি উন্নত কৰা আৰু বাক্সা জিলাৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বিভিন্ন নতুন প্ৰকল্পৰ কাম কৰি আহিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।

National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন

শ্বেত বিপ্লৱৰ জনক(Father of the White Revolution), ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত(Famous Dairy man of India), পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা প্ৰাপক ড০ ভাৰ্গিজ কুৰিয়েনৰ(Dr. Virgil Kurien) জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস(National Dairy Day)।

High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাবে বিবেচিত হৈ অহা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰ(15th February, 2025) পৰা অনুষ্ঠিত(High School Leaving Certificate Examination) কৰা হ’ব।

Popular