ৰাইজৰ বাৰ্তা

New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা, আমাৰ আশাৰ বছৰ

বহুত আশাৰে, বহুত প্ৰত্যাশাৰে আৰু আনন্দ-উলাহেৰে সমগ্ৰ বিশ্বই আদৰিলে ইংৰাজী নৱবৰ্ষ ২০২৫ক।(New Year) সকলোৰে আশা এই নতুন বছৰটোত সকলোৰে ভাল হ'ব, সুখ-সমৃদ্ধিৰে উপচি পৰিব।

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ'ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ।

2025 Marriage prediction: ২০২৫ চনত কোন সমূহ ৰাশিৰ বিবাহৰ যোগ আছে? দৰা-কইনা হ’বলৈ সাজু হওঁক এইসমূহ ৰাশিৰগৰাকী

যদি আপুনি নতুন বছৰত বিয়াৰ কথা ভাবিছে তেন্তে এই বছৰ আপোনাৰ বিয়াৰ সকলো কথা জানি লওক। ২০২৫ চনত কোনবোৰ ৰাশিৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে-(2025 Marriage prediction)

Popular