Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা
স্বতন্ত্ৰ ৰাষ্ট্ৰ চামোৱাত ভাৰত-চামোৱাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে
Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী
assam
দৈনন্দিন বাৰ্তা
-
December 2, 2024
ৰাজ্যৰ ঠাই বিশেষে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ মাজত সংঘাত(Conflict between elephants and humans)। কামৰূপ জিলাৰ বকোৰ বনাঞ্চলত দীৰ্ঘদিনে বিচৰণ কৰি আহিছে এটা বৃহৎ বনৰীয়া হাতীৰ পাল(Wild Elephants)।
Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা
অসম
দৈনন্দিন বাৰ্তা
-
December 2, 2024
‘ভাষা আৰু সংস্কৃতি শক্তিশালী হ’লেহে জাতি শক্তিশালী হৈ থাকে। প্ৰতিগৰাকী অসমীয়াই শুদ্ধকৈ অসমীয়া ভাষা কোৱা আৰু লিখাটো অতি জৰুৰী।(Drum Festival-Workshop) এই বিষয়টো অৱহেলা কৰা মানে জাতিটোৰ প্ৰতি অন্যায় কৰা বুজায়।
Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত ‘ফাগুনৰ ৰংময় ক’লাজ’ আৰু ‘কবিতাৰ শেৱালি সুৱাস’ উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
December 2, 2024
কবিতাই কবিৰ প্ৰাণ। কবিতাই(Poetic City of Diphu) কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে।
Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ
অসম
দৈনন্দিন বাৰ্তা
-
November 29, 2024
অসমৰ ৰাইমনা(Raimana National Park) ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ(Endangered Chinese wild boar) উপস্থিতি ধৰা পৰিছে আৰু সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে।
BTR। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্সাত উন্নয়নৰ বাবে বিশেষ পদক্ষেপ আন্তঃগাঁথনি, কৃষি, আৰু শীতল ভঁৰাল ৰখাৰ ওপৰত গুৰুত্ব বিটিআৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 27, 2024
BTR। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত সংযোগ বৃদ্ধি আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়োৱে বাক্সাৰ ডলবাৰীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ নং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য অৰ্থনীতি উন্নত কৰা আৰু বাক্সা জিলাৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বিভিন্ন নতুন প্ৰকল্পৰ কাম কৰি আহিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।
1
...
42
43
44
...
1,684
Page 43 of 1,684
Popular
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
দৈনন্দিন বাৰ্তা
-
November 1, 2026