Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg
১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi
Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি? ডাক্তৰে দিলে সতৰ্কবাণী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 21, 2024
বাতৰি কাকতত ৰখা গৰম পকৰি খোৱাৰ আনন্দই সুকীয়া। কিন্তু এটা কথা জানেনে বাতৰি কাকতত পকৰি খাই আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে।(Side Effects Of Newspaper)
Bangagaon AGP By Election 2024: অগপৰ দুৰ্গখ্যাত বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক টিকট
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 21, 2024
অগপই সোমবাৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangagaon AGP By Election 2024) বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক(Candidate Diptimoy Chowdhury) টিকট প্ৰদান কৰা হয়।
Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ
অসম
দৈনন্দিন বাৰ্তা
-
October 21, 2024
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে
Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ
অসম
দৈনন্দিন বাৰ্তা
-
October 21, 2024
জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sharma) দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ(Mission Basundhara 3.0) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।
1
...
51
52
53
...
1,676
Page 52 of 1,676
Popular
BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
দৈনন্দিন বাৰ্তা
-
March 18, 2026