Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
দদৰাত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
সাংবাদিক -লেখক- সমাজ হিতৈষী ভূপেন মহন্তলৈ ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’
Chief Justice Of India: দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 11, 2024
ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(Chief Justice Of India) হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক(Justice Sanjiv Khanna) শপত বাক্য পাঠ(Union Government) কৰোৱায়।
Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।
Indian Railway: ভাৰতীয় ৰেল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
November 11, 2024
ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।
Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া
assam
দৈনন্দিন বাৰ্তা
-
November 9, 2024
নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
Vastu Tips: ঘৰত এই ৩টা বস্তু কেতিয়াও খালীকে নাৰাখিব, পৰিয়ালটো বিপদৰ সন্মুখীন হ’ব
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 8, 2024
বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰত তিনিটা বস্তু আছে যিবোৰ ভুলতেও খালী ৰাখিব নালাগে। নহ'লে দৰিদ্ৰতাই ঘৰখন আগুৰি ধৰিব আৰু পৰিয়ালটোৱে বিপদৰ সন্মুখীন হ’ব।(Vastu Tips)
1
...
52
53
54
...
1,685
Page 53 of 1,685
Popular
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ
দৈনন্দিন বাৰ্তা
-
November 5, 2026