Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গোগামুখ তৰাজানত ৰাজহুৱা সভাঃ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান 

অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ধেমাজি জিলাৰ গোগামুখৰ জয়ৰামপুৰৰ তৰাজানত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত ৰাজহুৱা সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ মাজত ভূমিক লৈ চলিত মাহৰ ৫ জুনত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ ওপৰত
Read More...

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত বহু প্ৰত্যাশিত দলং উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বাংলাদেশৰ সীমান্তৱৰ্তী গোলকগঞ্জৰ ধুবুৰী জিলাৰ বহু প্ৰত্যাশিত দলংখন উদ্বোধন কৰে।
Read More...

টুইটাৰ অধিগ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে ইলন মাস্কক লগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

আজিৰ পৰা আৰম্ভ হ’বলগীয়া আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেছলাৰ চিইঅ’ তথা টুইটাৰৰ মালিক ইলন মাস্কক সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০১৫
Read More...

ব্ৰিটেইনত আৰম্ভ হ’ল বিশ্বৰ প্ৰথমটো লেলাৱতি গৰ্ভাৱস্থা পৰীক্ষা

কেৱল লেলাৱতিৰ পৰাই মহিলাসকলে গৰ্ভৱতী হৈছে নে নাই ক’ব পৰা এটা বৈপ্লৱিক সামগ্ৰীয়ে ব্ৰিটেইনৰ শ্বেলফত চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, চেলিষ্টিক হৈছে বিশ্বৰ প্ৰথমটো প্ৰডাক্ট যিয়ে কেৱল ‘স্পিট টেষ্ট’ৰ দ্বাৰা গৰ্ভাৱস্থা নিৰ্ণয় কৰিব পাৰে।
Read More...

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই!

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই ৷ বৰপেটাৰ দাবালীয়াপাৰাৰ নিজ বাসগৃহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷ মৃত্যুৰ সময়ত
Read More...

ভৱানী দেৱীয়ে ৰচনা কৰিলে ইতিহাস; এছিয়ান ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পদক লাভ

ভাৰতৰ শীৰ্ষ ফেন্সাৰ ভৱানী দেৱীয়ে সোমবাৰে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত মহিলাৰ সাব্ৰে ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস লিখিবলৈ সক্ষম হয়। এই উল্লেখযোগ্য কৃতিত্বই মহাদেশীয় মিটত ভাৰতৰ প্ৰথমটো
Read More...

“আৱেগক আঘাত কৰাৰ অধিকাৰ কাৰো নাই”: ‘আদিপুৰুষ’ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী

মুম্বাইঃ “আদিপুৰুষ” ছবিখনক লৈ তীব্ৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কয় যে মানুহৰ আৱেগক আঘাত কৰাৰ অধিকাৰ কাৰো নাই আৰু লগতে কয় যে ছবিখনৰ লেখক আৰু পৰিচালকে হুলস্থুলৰ পিছত কিছু পৰিৱৰ্তন কৰিবলৈ সন্মত
Read More...

নগাঁৱৰ পৰা কেদাৰনাথলৈ পদব্ৰজে যুৱকৰ যাত্ৰা

নগাঁৱৰ পৰা উত্তৰাখণ্ডৰ গাৰৱাল হিমালয়ৰ মন্দাকিনী নদীৰ পাৰত অৱস্থিত কেদাৰনাথলৈ পদব্ৰজে যাত্ৰা নগাঁৱৰ এজন যুৱকৰ। যুৱকজনৰ নাম পাপ্পু পেটেল। সকলোৰে মংগল তথা বিশ্বশান্তিৰ বাবে সোমবাৰে নগাঁৱৰ পৰা
Read More...

পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, আৰতিৰ উৰুলি তথা শিৱ বন্দনাৰে মুখৰিত মধ্য জামুগুৰি অঞ্চল

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মধ্য জামুগুৰি বুঢ়া নামঘৰৰ কাষতে প্ৰায় ৭০ বছৰৰ পূৰ্বে কেইজনমান ধাৰ্মিক লোকৰ একান্ত প্ৰচেষ্টাত নিৰ্মিত সাৰ্বজনীন শিৱ মন্দিৰ ভাগ সামাজিক তথা ধৰ্মীয় বাতাবৰণত কিছু সমস্যা হোৱাত মন্দিৰ ভাগ স্থানান্তৰিত কৰিব লগা হয়।
Read More...