ৰাইজৰ বাৰ্তা

Diwali Gift Ideas: দীপাৱলীৰ বজাৰ আৰম্ভ কৰিছেনে? আপোনজনক উপহাৰ হিচাপে দিবলৈ কিনিব এইসমূহ বস্তু

দীপাৱলীৰ বজাৰ তুংগত। লগতে মানুহে নিজৰ আপোনজনক দিবলৈ কাপোৰ-কানি, গহনা, সজ্জা সামগ্ৰী আৰু উপহাৰ কিনিছে। উপহাৰ কিনাৰ সময়ত দুই এটা কথা মনত ৰাখিব, অন্যথা আপোনাৰ বাবে দীপাৱলী শুভ হৈ নুঠিব।(Diwali Gift Ideas)

Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল

পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ'বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ'ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।

Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য! প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব অগ্ৰগতি

২৯ অক্টোবৰ অৰ্থাৎ ধনতেৰাচত গ্ৰহবোৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত প্ৰৱেশ কৰাৰ পিছত বুধ আৰু শুক্ৰৰ সংযোগ হ'ব যিয়ে লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব।(dhanteras)

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ! শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য

কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছিল আৰু এতিয়া ইয়াৰ প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে।(covid 19)

Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি? ডাক্তৰে দিলে সতৰ্কবাণী

বাতৰি কাকতত ৰখা গৰম পকৰি খোৱাৰ আনন্দই সুকীয়া। কিন্তু এটা কথা জানেনে বাতৰি কাকতত পকৰি খাই আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে।(Side Effects Of Newspaper)

Popular