Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

চিলাপথাৰৰ শ্ৰী শ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামীৰ দেহাৱসানঃ অসংখ্য গুণমুগ্ধই…

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ মালিনী পুৰ পঞ্চায়তৰ মাদুৰিপথাৰস্থিত শ্ৰীশ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামী আৰু আমাৰ মাজত নাই।
Read More...

ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে I Love Dhubri…

বুধবাৰে ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে I Love Dhubri চিম্বল৷ চিম্বলত টেৰাকটা শিল্পী ৰ দ্বাৰা নিৰ্মিত আৰ্হিৰে ধুবুৰীৰ বিভিন্ন কলা কৃষ্টি আৰু ঐতিহাসিক
Read More...

‘হেণ্ড কাফ’ আলোচনীয়ে অপৰাধ ৰোধ কৰাত গুৰুত্ব পূর্ণ ভূমিকা ল’বঃ উপায়ুক্তি নিবেদন…

এখন আলোচনী প্রকাশ কৰাতো সহজ কিন্তু জীয়াই ৰখাটো অত্যন্ত কঠিন। প্রত্যাহবান মূলক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব এখন আলোচনী জীয়াই ৰাখিবলৈ হ’লে। জটিল আৰু প্রত্যাহবানৰ সন্ধিক্ষণত প্রকাশিত 'হেণ্ডকাপ' নামৰ ব্যক্তিক্রমি আলোচনী প্রকাশ পাইছে।
Read More...

গিবন অভয়াৰণ্যত কাটা তাঁ‌ৰৰ বেৰাৰে উন্নয়নৰ নামত বন্য জীৱ কুললৈ বিপদ নমাই আনিছে নেকি বন বিভাগে?

যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰানী সংৰক্ষীত অভয়াৰণ্য মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে অভয়াৰণ্যখনৰ জীৱ কুললৈ বিপদ নমাই আনিব পাৰে। আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড
Read More...

টংলা মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

'বসুধৈৱ কুটুম্বকম' মূলমন্ত্ৰৰে বিশ্বজুৰি পালিত নৱম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এনচিচি,এন এছ এছ,ছাত্র একতা সভাৰ উদ্যোগত আৰু আই কিউএ চিৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।
Read More...

“মই মোডী-শ্বাহ-নীতিশ কুমাৰক মাৰিম”- ফোন অহাৰ লগে লগে দিল্লী আৰক্ষীত হুলস্থুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ পৰা দুটাকৈ ফোন কল পোৱাৰ খবৰ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Read More...

যোগ হৈছে সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মহান উপহাৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত যোগাসন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই দ্ৰৌপদী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ বাকী বিশ্বৰ বাবে
Read More...

শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড; চুৰৰ সন্ধানত ঘটনাস্থলীত উপস্থিত গেলেকী…

এইবাৰ চোৰৰৰ চকু পৰিল শিক্ষানুষ্ঠানত৷ মঙলবাৰে নিশা শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰে এটা কম্পিউটাৰ মণিটৰ, চাৰিটা কম্পিউটাৰৰ বেটাৰী আৰু এটা স্কেনাৰ চুৰি কৰি লৈ যায়৷ বিদ্যালয় চৌহদত
Read More...

হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আন্তজাৰ্তিক যোগ দিৱস পালন

মানৱ শৰীৰ, মন সুস্থ ৰাখিবলৈ যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভাকক্ষত হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু হাজো খণ্ড উণ্ণয়ন
Read More...

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ
Read More...