Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বিশ্বনাথৰ নদুৱাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মশালা

বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আয়োজন কৰা এদিনীয়া কাৰ্যসুচীৰে জনগোষ্ঠীটোৰ উন্নয়নৰ বিভিন্ন দিশ তথা সাংগাঠনিক দিশৰ ওপৰত আলোকপাত কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা
Read More...

চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱত জাঁজী নদীৰ ভয়ংকৰ খহনীয়া

বাৰিষাৰ আগমনে নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকালৈ ভাবুকিৰ সৃষ্টি কৰাৰ সময়তে শনিবাৰে যোৰহাট জিলাৰ সীমামূৰীয়া চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱৰ গৰা খহনীয়াৰ পৰিদৰ্শন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পৰীক্ষিত ফুকনে।
Read More...

নগাঁৱত বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন নগাঁও শাখাৰ উদ্যোগত শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ। নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিৰ পূজা মণ্ডপৰ সমীপত অনুষ্ঠিত হোৱা ভ্ৰাম্যমাণ চিকিৎসা
Read More...

“আমেৰিকাই ভাৰতলৈ ১০০ৰো অধিক চুৰি প্ৰাচীন সামগ্ৰী ঘূৰাই দিব” -প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ সাফল্য আৰু অসুবিধা সম্পৰ্কে আলোচনা অব্যাহত আছে; কিন্তু ভ্ৰমণৰ অন্তিম দিনটোত মোদীয়ে যি ঘোষণা কৰিলে সেয়া সুখবৰ। ৰ’নাল্ড ৰেগান চেণ্টাৰত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ সৈতে হোৱা বৈঠকৰ সময়ত
Read More...

ভগৱান ৰামৰ ভক্ত আছিল নেকি আকবৰ? আপুনি জানি আচৰিত হ’ব…

বহুতে বিশ্বাস কৰে যে আকবৰ ভগৱান ৰামৰ ভক্ত আছিল। আপুনি জানি আচৰিত হ’ব যে আকবৰে তেওঁৰ ৰাজত্বকালত কিছুমান মুদ্ৰা উলিয়াইছিল য’ত ভগৱান ৰামৰ ছবি আছিল। ভাৰতত মোগলৰ শাসন আছিল উত্থান-পতন, কিন্তু বহু পণ্ডিতৰ মতে আকবৰে মোগলৰ ইতিহাসৰ আটাইতকৈ
Read More...

তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা আৰক্ষী কনিষ্টবল সন্তোষ দাসৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা চহৰৰ কাছাৰীঘাটৰ ব্ৰক্ষ্মপুত্ৰ নদীত উদ্ধাৰ কনিষ্টবল সন্তোষ কুমাৰ দাসৰ মৃতদেহ। ডুবাপাৰা আৰক্ষী চকীত কৰ্মৰত সন্তোষে লৈছিল ৬ দিনৰ ছুটী , ছুটিলৈ ঘৰতে আছিল দাসে।
Read More...

বিশ্বনাথৰ জিনজিয়াকে ধৰি তিনিখন চাহ বাগিছাত মুখ্যমন্ত্ৰীয়ে  মুকলি কৰিলে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

বৃহস্পতিবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়াকে ধৰি তিনিখন  চাহ বাগিছাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে। বিহালীৰ জিনজিয়া চাহ বাগিছা
Read More...

চতিয়াৰ ডিপলোঙা ছয়গাওঁ উন্নয়ণ সমিতিৰ সৌজন্যত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

চতিয়া উত্তৰ অঞ্চলৰ ডিপলোঙা ছয়গাওঁ উন্নয়ন সমিতিৰ সৌজন্যত জনতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷ কাৰ্যক্ৰমণিকা অনুসৰি ৰাভা দিৱসৰ মূলসভাতসভাপতিত্ব কৰে জনতা প্ৰাথমিক
Read More...

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত দম্পত্তিৰ কৰুণ মৃত্যু

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰহা। দুখন চিতাত একেসময়তে জ্বলি উঠিল পতি-পত্নীৰ মৃতদেহ। বুধবাৰে নিশা সংঘটিত এই নিৰ্মম ঘটনাত প্ৰাণ হেৰুৱালে খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ
Read More...

প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ ৰাভা দিৱস উদযাপন

উত্তৰ গুৱাহাটীৰ ঐতিহ্য মণ্ডিত‌ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত মঙলবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত প্ৰাগজ্যোতিষপুৰ কলা
Read More...