Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবিদ, সমাজ বিজ্ঞানী তৰুণ গগৈক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ‘বীৰ…

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত ’বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটি সুকলমে অনুস্থিত হৈ যায়।
Read More...

৯১ গৰাকী নিকটাত্মীয়লৈ পেন্সন, লোকতন্ত্ৰ সেনানীক স্মৰণ অসম চৰকাৰৰ

৪৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৭৫ চনৰ আজিৰ দিনটোত দেশত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অবস্থা। লোকতন্ত্ৰৰ সেনানী সকলক দেওবাৰে অসম চৰকাৰে শ্ৰদ্ধাৰে সোৱঁৰণ কৰাৰ লগতে ৯১ গৰাকী নিকটাত্মীয়লৈ মাহিলী পেন্সন ঘোষণা কৰে৷
Read More...

ভৱিষ্যতৰ চিকিৎসকসকলে গাঞ্জা খেতি কৰে, গ্ৰাহক আন ছাত্ৰ-ছাত্ৰী! গ্ৰেপ্তাৰ ৫ জন

ভাং খেতি আৰু ভাং ব্যৱসায়ৰ অভিযোগত ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৰ্ণাটক আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ ড্ৰাগছৰ খেতি আৰু ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা পাঁচজন চিকিৎসা
Read More...

খোৱা পানী বিচাৰি ভাৰত- ভূটান সীমান্তত হাহাকাৰ

জল জীৱন মিছনৰ গুৰুত্বহীন কাৰুকাৰ্যত ক্ষোভিত ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱত হাহাকাৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ প্ৰায় ৫০০ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ ব্যৱস্থা
Read More...

দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ, মণিপুৰৰ…

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ে মূল্যায়ন কৰে। বীৰেণ সিঙৰ মতে,
Read More...

অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তেওঁক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে। লগতে তেওঁ কয় যে গৃহমন্ত্ৰীয়ে কোনো
Read More...

অসমৰ তিনিচুকীয়াত বজ্ৰপাতত নিহত মাতৃ-কন্যা

ৰাজ্যত হোৱা প্ৰবল বৰষুণ আৰু তীব্ৰ ধুমুহাৰ মাজতে শনিবাৰে অসমৰ তিনিচুকীয়া জিলাত বজ্ৰপাতৰ ফলত এগৰাকী মাতৃ আৰু কন্যাৰ মৃত্যু হয়। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিহুটি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
Read More...

বৰষুণৰ মাজতে নতুন দিল্লী ৰে’ল ষ্টেচনত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

ৰাষ্ট্ৰীয় ৰাজধানীত হোৱা বৰষুণৰ ফলত পানী জমা হোৱাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ দেউবাৰে নতুন দিল্লী ৰেল ষ্টেচনত এগৰাকী মহিলাৰ মৃত্যু হয়। দিল্লী আৰক্ষীৰ মতে, সাক্ষী আহুজাই বিদ্যুতৰ খুঁটা এটা ধৰিলে যাতে
Read More...

গোপাল দাস স্মৃতি দিৱসৰ সামৰণি

গুৱাহাটী ছাত্ৰীবাৰী গোপাল মেনচনত শনিবাৰে বিয়লি ৪ বজাত গোপাল দাস স্মৃতি দিৱসৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ মধ্যগুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰতিমা দেৱী গোস্বামীৰ
Read More...

ঘৰত নিগনিৰ সংখ্যা বৃদ্ধি পাইছে নেকি? নিগনিক হত্যা নকৰাকৈ কেনেকৈ খেদিব…

ঘৰত নিগনিৰ সংখ্যা বৃদ্ধি পাইছে নেকি? নিগনি খেদা এই ৫টা উপায়ৰ বিষয়ে জানি লওক...! বহুতেই নিগনিলৈ ভয় কৰে আৰু ঘৰৰ চাৰিওফালেও এই অতিথিসকলক দেখা পোৱাটো নিবিচাৰে। গতিকে কিছুমান গোন্ধযুক্ত বস্তুৰ সহায়ত আপুনি ইহঁতক খেদি পঠিয়াব পাৰে।
Read More...