Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বিহালী নিজ বাঘমাৰীত আয়োজন ৮ দিনীয়া শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা মহোৎসৱ

বিহালী সমষ্টিৰ নিজ বাঘমাৰী জগন্নাথ মন্দিৰ প্ৰাংগণত ইস্কন বিশ্বনাথ আঞ্চলিক নামহট্ৰ সংঘৰ সহযোগত আৰু নিজ বাঘমাৰী নামহট্ৰ সংঘৰ উদ্যোগত ৮ দিনীয়াকৈ শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আয়োজন কৰিছে। ২০ জুন তাৰিখৰ পৰা হ'ব
Read More...

মানিকপুৰত বানপানীৰ কবলত কুৰি খনৰো অধিক গাঁও, বিপদসংকুল অৱস্থাত মথাউৰি

কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে। বিশেষকৈ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৪নং,৫নং বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট,
Read More...

ডিমাকুছিত জনগোষ্ঠীয় কবি সমাৰোহ

কাব্য সাহিত্য বিষয়গক পত্রিকা 'আজিৰ কবিতা' আৰু 'মেজাঙ্কৰি প্ৰকাশন'ৰ উদ্যোগত, ডিমাকুছি শাখা সাহিত্য সভাৰ সহযোগত ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত বৰঙাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ৰবিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ সোঁৱৰণত দিনজোৰা
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ কবিতা সংকলন আৰু প্ৰবন্ধ সংকলন উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত লেখিকা আৰু কলাইগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন হল
Read More...

আৰ এছ এছে মণিপুৰৰ হিংসাত্মক ঘটনাক গৰিহণা দিছে; শান্তিৰ বাবে আবেদন…

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেওবাৰে ৪৫ দিন পূৰ্বে আৰম্ভ হোৱা মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক গৰিহণা দি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে আবেদন জনায়৷ আৰ এছ এছৰ অফিচিয়েল
Read More...

‘আদিপুৰুষ’ৰ বিবাদৰ মাজতে কাঠমাণ্ডু মহানগৰীত সকলো ভাৰতীয় ছবি নিষিদ্ধ

কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহৰ সচিবালয়ে ঘোষণা কৰিছে যে সোমবাৰৰ পৰা মহানগৰীত ভাৰতীয় চিনেমা প্ৰদৰ্শিত নহ’ব। 'আদিপুৰুষ'ত জানকিক "ভাৰতৰ কন্যা" বুলি অভিহিত কৰা সংলাপক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এই
Read More...

২০২১ বৰ্ষৰ গান্ধী শান্তি বঁটা গোৰখপুৰৰ গীতা প্ৰেছক প্ৰদান

১৯২৩ চনত স্থাপিত গীতা প্ৰেছ বিশ্বৰ অন্যতম বৃহৎ প্ৰকাশক, ১৬ কোটিৰো অধিক শ্ৰীমদ ভাগৱত গীতাকে ধৰি ১৪টা ভাষাত ৪১ কোটিৰো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে। গান্ধী শান্তি বঁটা হৈছে ১৯৯৫ চনত, মহাত্মা গান্ধীৰ
Read More...

আমগুৰিৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বিজেপিৰ বিশাল জনসমাবেশ

কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰূপায়ন হৈ থকা "মহা জন সম্পৰ্ক অভিযান"ৰ অংশস্বৰূপে দেওবাৰে এখন বিশাল জনসভা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত
Read More...

দেৰগাঁৱৰ বালিদোৱাৰ বাকৰিত সৃষ্টিৰ আঁক বাঁক শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ ৰঙ্গমঞ্চৰ প্ৰাংগনত দেওবাৰে নৃত্যাংগনা কলা কেন্দ্ৰৰ বালিদোৱা শাখাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। সৃষ্টিৰ আঁক বাঁক শীৰ্ষক নামেৰে অনুষ্ঠিত হোৱা
Read More...

জোনালী নাথ হত্যাকাণ্ডৰ গোচৰঃ প্ৰধান অভিযুক্তৰ সহযোগীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তৰ সহযোগীক দেওবাৰে পাঁচ দিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। সহযোগী আজিবুৰ ৰহমানক আজি বিশেষ আদালতত হাজিৰ কৰোৱা হয় য’ত আৰক্ষীয়ে
Read More...