Breaking

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ…

0 74

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ। হাইলাকান্দিৰ চহৰৰ মাজমজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।জিলা সভাপতি জহিৰ উদ্দিন লস্কৰেৰ নেতৃত্বত শতাধিক কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদত অংশ লৈ শাসকীয় চৰকাৰক তীক্ষ্ণ ভাৱে সমালোচনা কৰে ৰাইজৰ দলে । দেশৰ জনগণক মূল্যবৃদ্ধিয়ে দহিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।

Leave A Reply