Breaking

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ ! শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ…

0 32

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ।
শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ।
অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল দৃশ্য।

তিনিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ তম পূৰ্ণাংগ অধিবেশন।জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰিছে এই অধিবেশনত।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে সহস্ৰাধিক বৈষ্ণৱ প্ৰান লোকৰ। এক আধ্যাত্মিক পৰিবেশৰ মাজত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে ফেটা পথাৰ সমন্বয় ক্ষেত্ৰৰ চৌপাশ । দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।

Leave A Reply