ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক ২২ সংখ্যক “ফিল’কাপ ২০২০” ফুটবল প্ৰতিযোগীতাৰ আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয় টেঙাখাট এফ. চি. বনাম দিয়ামুলী এফ. চি. ৰ মাজত অনুষ্ঠিত হয় । তিব্ৰ উত্তেজনাপূৰ্ণ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত টেঙাখাট এফ চি দলে দিয়ামলী এফ. চি. দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। টেঙাখাট এফ চি দলৰ হৈ ৫৬ মিনিটত বাবাই পেগুৱে গ’ল দি দলক জয়ী কৰোৱাই।অহাকাইলৈ খেল অনুষ্ঠিত হ’ব এলেভেন ট্ৰাষ্ট এফ চি মাকুম বনাম বিৰছা মুণ্ডা এফ চি ফিল’বাৰী।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ