Breaking

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা – মন্ত্ৰী অশোক সিংঘাল…

0 70

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা।

মন্ত্ৰী অশোক সিংঘালে জনালে এই কথা। গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবৰ বাবে নগৰ উন্নয়ন বিভাগৰ এই পদক্ষেপ।

চাংসাৰিলৈ হোলছেল মাৰ্কেট স্থানান্তৰৰ বাবে সাজু কৰা হৈছে মাষ্টাৰপ্লেন।

Leave A Reply