Breaking

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

0 1,024

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ।

‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে শোক প্ৰকাশ কৰি কয়, “তেওঁক চলচ্চিত্ৰৰ কিংবদন্তী হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ অভিনয়ৰ বাবে প্ৰজন্মজুৰি দৰ্শকসকল আকৰ্ষিত হৈ আহিছিল। তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।”

Leave A Reply