June 18, 2024 দেশৰ ৯ কোটি ২৬ লাখ কৃষকৰ বেংক একাউণ্টত আজি সোমাব PM কিষাণ নিধিৰ ধন… Share FacebookTwitterWhatsAppTelegramKooEmail দেশৰ ৯ কোটি ২৬ লাখ কৃষকৰ বেংক একাউণ্টত আজি সোমাব কিষাণ নিধিৰ ধন। মুকলি হ’ব কৃষক পুঁজিৰ ১৭ সংখ্যক কিস্তিৰ ধন। বাৰাণসীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুঁজি। Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026