Breaking

আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ! বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ…

0 15

ৰণডংকা বজাবলৈ অসমত প্ৰধানমন্ত্ৰী । আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰকুৰাত বজাব লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি।

নলবাৰীত মোদীৰ বিশাল জনসভা । জনসভাত অংশ ল’ব ২ লাখৰো অধিক বিজেপি মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে।

বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ।

Leave A Reply