Breaking

৩০ অক্টোবৰত মিজোৰাম লৈ আহিব প্ৰধানমন্ত্ৰী মোদী

0 80

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰত মিজোৰাম লৈ আহিব। উদ্দেশ্য নিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩০ অক্টোবৰত মিজোৰামৰ মামিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব।

উল্লেখ্য যে এই প্ৰচাৰ সভাত বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও যোগদান কৰাৰ সম্ভাৱনা আছে।

মোদীৰ আগমনক লৈ ৰাজ্যখনত চলিছে ব্যাপক প্ৰস্তুতি।

Leave A Reply