Breaking

আইএছআইক তথ্য যোগান ধৰা সেনাৰ দুই জোৱানক গ্রেপ্তাৰ আৰক্ষীৰ

0 523

সংঘর্ষজর্জৰ আফ্রিকান ৰাষ্ট্র দক্ষিণ ছুডানত ভয়াৱহ খাদ্য সংকটে দেখা দিছে৷ ৰাষ্ট্রসংঘৰ শিশু কল্যাণ সংস্থা ইউনিচেফৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি দেশখনৰ ৪৫ লাখ শিশুক শীঘ্রে মানৱীয় সাহায্য প্রদান নকৰিলে পৰিস্থিতি জটিল হৈ পৰিব৷ সংঘর্ষৰ উপৰি জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ পৰিছে দেশখনত৷

বিশেষকৈ অতিবৃষ্টি আৰু খৰাং পৰিস্থিতিয়ে বিগত কেইটামান বছৰৰ ভিতৰত দেশখনত খাদ্য শস্যৰ উৎপাদন হ্রাস কৰিছে৷ ইয়াৰ ফলতে শিশুৰ মৃত্যুৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশখনত৷ লক্ষণীয়ভাৱে অপুষ্টিৰ বলি হ’বলগীয়া হৈছে লাখ লাখ শিশু৷ একে সময়তে অশিক্ষা আৰু অস্বাস্থ্যৰ অন্ধকাৰত কটাবলগীয়া হৈছে দেশখনৰ ২৮ লাখ শিশু৷ এই শিশুসকলে আজিও বিদ্যালয়ৰ মজিয়া গচকি পোৱা নাই৷

Leave A Reply