August 8, 2024 গোৱালপাৰাৰ লক্ষীপুৰত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ লক্ষীপুৰত গুলীচালনাৰ ঘটনা। ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। গুলীবিদ্ধ ডকাইত নুৰ আলম। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা। ভৰিত আঘাতপ্ৰাপ্ত নুৰক গোৱালপাৰা অসামৰিকত চিকিৎসালয়ত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026