Breaking

কোকৰাঝাৰত শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা…

0 51

কোকৰাঝাৰত অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা। শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা।

পলায়নৰ চেষ্টা কৰোঁতে শম্ভু কাহাৰলৈ আৰক্ষীৰ গুলীচালনা।

কোকৰাঝাৰ তিনিআলি আমগুৰিত এই ঘটনা। ২৯ অক্টোবৰত সংঘটিত হত্যাকাণ্ডত জড়িত আছিল শম্ভু কাহাৰ।

Leave A Reply