August 27, 2023 দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ… Share FacebookXWhatsAppTelegramKooEmail দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ। এখন বলেৰৰ পৰা জব্দ লালিগুৰখিনি। নগাঁৱৰ পৰা দেৰগাঁৱলৈ অনা হৈছিল লালিগুৰখিনি। বাহনখনৰ পৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026