Breaking

দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ…

0 32

দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ।

এখন বলেৰৰ পৰা জব্দ লালিগুৰখিনি। নগাঁৱৰ পৰা দেৰগাঁৱলৈ অনা হৈছিল লালিগুৰখিনি।

বাহনখনৰ পৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

Leave A Reply