Breaking

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীত আৰক্ষীৰ সমদল

0 1,557

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তথা সৰ্ব সাধাৰণ ৰাইজৰ আত্মবিশ্বাস গঢ়ি তোলাৰ উদ্দেশ্যেৰে ধুবুৰীত আৰক্ষী অধিক্ষক অভিজীৎ গৌৰৱৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ এটা বিশাল সমদল উলিয়াই।

দুপৰীয়া ১১বজাৰ সময়ত প্ৰচণ্ড ৰদকো নিউচি আৰক্ষী কনিষ্টবল নতুনকৈ নিযুক্তি পোৱা তথা প্ৰশিক্ষণৰ’ত আৰক্ষী বেটেলিয়নৰ সেই বিশাল সমদলটো ধুবুৰী আৰক্ষীৰ চাউনিৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু চহৰখনৰ ১নং ৱাৰ্ডৰ আৰক্ষী অধিক্ষকৰ কাৰ্যলয়ৰ সন্মুখত উপস্থিত হোৱাৰ পিছত সমদলটো সমাপ্ত ঘটে।

Leave A Reply