November 1, 2023 চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ২৪৯ গ্ৰাম হেৰ’ইন… Share FacebookTwitterWhatsAppTelegramKooEmail চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। ২৪৯ গ্ৰাম হেৰ’ইন, নগদ ১ লাখ ৭ হাজাৰ টকা জব্দ। ১৮ টা চাবোনৰ বাকচত ঘৰত লুকুৱাই ৰখা অৱস্থাত জব্দ হেৰ’ইনখিনি। অভিযানত সৰবৰাহকাৰী পংকজ পাইতক আটক। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026