Breaking

ধুবুৰী মাঝেৰচৰত ৭টাকৈ চোৰাং ম’হ জব্দ আৰক্ষীৰ

0 2,039

নিশা এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ মাঝেৰচৰত।মাঝেৰচৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ এখন চৰত ৭ টাকৈ উন্নত জাতৰ চোৰাং ম’হ মজুত কৰি ৰাখি বাংলাদেশলৈ প্ৰেৰণৰ কৌশল ৰচনা কৰা হৈছিল বুলি জানিবপৰা গৈছে। যদিওঁ আৰক্ষীৰ সফল অভিযানত জব্দ কৰা হয় চোৰাং ম’হ কেইটা। অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ধুবুৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

Leave A Reply