Breaking

ভূৰাগাঁৱৰ বালিডোঙাত ড্ৰাগছ মাফিয়া লৈ আৰক্ষীৰ গুলি

0 2,022

মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোঙ্গাত ড্ৰাগছ মাফিয়া লৈ  আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে শূন্য লৈ ১জাই গুলি ফুটাই। শ্বহিদুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মৰিগাঁও আৰক্ষী আৰু ভূৰাগাঁও আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল ভূৰাগাঁৱৰ বালিডোঙাত। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ বুজন পৰিয়াণৰ ড্ৰাগছ। পলায়ন আন কেইবা গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ। 

Leave A Reply