Breaking

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ চুপাৰি দাহন

0 241

আৰক্ষীয়ে জব্দ কৰা চুপাৰি জ্বলাই দিয়া হয় শ্ৰীৰামপুৰত । গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত আৰক্ষীৰ চুপাৰি দাহন ।

আৰক্ষী জব্দ কৰা চুপাৰি সমূহ শ্ৰীৰামপুৰত জ্বলাই দিয়ে । শিমুলটাপুৰ আৰক্ষীয়ে জব্দ কৰা ৩২ বস্তা চুপাৰি জ্বলাই দিয়ে ।

দাহন কায্যসুচীত উপস্থিত থাকে গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ লগতে গোসাইগাঁও থানাৰ অ ছি অমৰজ্যোতি বাইলুং ওপৰি শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়।

Leave A Reply