ৰাজনীতি

Wayanad by-election Result: ৱায়ানাডত ৩ লাখৰো অধিক ভোটত ব্যাপক অগ্ৰগতি প্ৰিয়ংকা গান্ধীৰ

ৱায়ানাডৰ পৰা প্ৰিয়ংকা গান্ধীকে ধৰি মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰিয়ংকা গান্ধীয়ে এই পৰ্যন্ত ৪.৬ লাখৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।(Wayanad by-election Result)

Maharashtra & Jharkhand Assembly Elections Results: ৱায়ানাডত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী, মহাৰাষ্ট্ৰত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট; কিন্তু ঝাৰখণ্ডত…

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ ফোট গণনা চলি আছে। ৱায়ানাদত প্ৰিয়ংকা গান্ধীয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে যদিও মহাৰাষ্ট্ৰত বিজেপিৰ মিত্ৰজোঁটে আগবাঢ়ি আছে, কিন্তু ঝাৰখণ্ডত প্ৰথম অৱস্থাত এন ডি এ আগবাঢ়ি আছিল যদিও গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে যুঁজখন অধিক কটকটীয়া হৈ পৰিছে।(Maharashtra & Jharkhand Assembly Elections Results)

By Election: আজি ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

By Election: আজি ৰাজ্যৰ পাঁচ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল, কোনে; ক'ত মাৰিব শেষ হাঁহি

Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা

Atul Bora। যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয় বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।ৰাজ্য বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা সকলো ছাত্র কৰ্মীয়ে উক্ত প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে।উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি পশুপালন মন্ত্ৰী অতুল বৰাই (Atul Bora) কয় যে ....

Barpeta । মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মুল্য হ্ৰাস কৰাৰ দাবীত বৰপেটা চহৰত বৰপেটা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

Barpeta । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্রাস কৰাৰ দাবীত বৰপেটা চহৰত বৰপেটা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল কৰি আছুৰ কৰ্মী সকলে বৰপেটা বৰবজাৰৰ তিনিআলিৰ চক'ত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ৷

Popular