ৰাজনীতি

মিতব্যয়ী অসম বিধান সভাঃ বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই

মিতব্যয়ী অসম বিধান সভাঃ বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই

আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন

আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ সদনৰ কাম-কাজ।

BJPক চেৰ পেলাই বিপুল জনপ্রিয়তা লাভ Cockroach Janta Partyৰ…

ভাৰতত বন্ধ কৰি দিয়া হ’ল Cockroach Janta Partyৰ X হেণ্ডেল। চাৰি দিনতে বিপুল জনপ্রিয়তা লাভ কৰা Cockroach Janta Party Instgram Followers ১৩.৩ মিলিয়নলৈ বৃদ্ধি।

আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। বিয়লি ৪ বজাত দিল্লীৰ সেৱা তীৰ্থত হ’ব এই বৈঠক।

আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন।

Popular