ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ পদত্যাগ, ডি কে শিৱকুমাৰ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী…

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই পদত্যাগ, ডি কে শিৱকুমাৰ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী...

মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই

পদত্যাগ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব সিদ্দাৰামায়াই।বৃহস্পতিবাৰে অনুষ্ঠিত ব্রেকফাষ্ট মিটিঙত এই ঘোষণা।

UCC: বিধানসভাত গৃহীত সম নাগৰিক সংহিতা

বিধানসভাত গৃহীত সমৰূপ নাগৰিক সংহিতা।(UCC) গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনত গৃহীত বিধেয়কখন।

কম সময়তে ৰাজনীতিত বিজয়ৰ অভাৱনীয় উত্থান দেখি ঈৰ্ষা উপজিছে

অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিকলৈ ৰূপান্তৰিত হোৱা বিজয়ৰ সাফল্য সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে৷

UCC বিধেয়কক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া

UCC বিধেয়কক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া

Popular