Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাজনীতি
বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট
Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 8, 2024
( Haryana and Jammu Kashmir Election Result) কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। হাৰিয়ানাত এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন।প্ৰায় ৬১ শতাংশ ভোটদান কৰিছিল হাৰিয়ানাৰ জনতাই। এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ।
pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য...
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 6, 2024
জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে, অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীযূষ হাজৰিকাৰ। জাগীৰোড আৰু লাহৰীঘাট জিলাত সম আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।(pijush hazarika comments on asom sammilita morcha)
Amit Shah:নক্সাল অধ্যুষিত ৮খন ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 5, 2024
(Amit Shah)কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ সাজু হৈছে আৰু এই সময়তে তেওঁ নক্সাল আক্ৰান্ত আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব।এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই বৈঠকত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ, আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক।
Raha: ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগে( Minister Ajanta Neog)
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 5, 2024
: (Himanta Biswa Sarma)"মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক আদৰ্শ ব্যক্তি। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি উন্নয়নৰ শিখৰত আৰোহন কৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিছে আৰু এইজনে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা!"-এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসে (Sashikanta Das)
Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 4, 2024
২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্তবিশ্ব শৰ্মা। এই কথা ঘোষণা মন্ত্ৰী পিয়ূষ হাজৰিকা।১৭ টা নিৰ্বাচনী কাৰ্যালয় মুকলি বিহালীত( Himanta Biswa Sarma)
1
...
120
121
122
...
622
Page 121 of 622
Popular
ব্ৰহ্মপুত্ৰক ভেটি উত্তৰ-পূব ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰঃ বৃহৎ বান্ধক লৈ উদ্বেগ প্ৰকাশ কৰিলে স্বয়ং চীনা ভূতত্ত্ববিদেই
দৈনন্দিন বাৰ্তা
-
July 12, 2026