ৰাজনীতি

BJPক চেৰ পেলাই বিপুল জনপ্রিয়তা লাভ Cockroach Janta Partyৰ…

ভাৰতত বন্ধ কৰি দিয়া হ’ল Cockroach Janta Partyৰ X হেণ্ডেল। চাৰি দিনতে বিপুল জনপ্রিয়তা লাভ কৰা Cockroach Janta Party Instgram Followers ১৩.৩ মিলিয়নলৈ বৃদ্ধি।

আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। বিয়লি ৪ বজাত দিল্লীৰ সেৱা তীৰ্থত হ’ব এই বৈঠক।

আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন।

এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:

এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:

মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি

দীৰ্ঘদিন ধৰি দৰমহা বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰা আশা কৰ্মীসকলে কিছু অতিৰিক্ত সকাহ লাভ কৰিলে৷

Popular