ৰাজনীতি

UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা; দিল্লী-দিছপুৰৰ সমৰ্থনত পুনৰ ইউপিপিএলৰ চৰকাৰঃ ৰণগৌড়া নাৰ্জাৰী

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি বন্ধা(UPPL) মিত্ৰজোঁটৰ অংশীদাৰী দল ইউপিপিএলৰ ওপৰতে পুনৰ বিটিচিৰ শাসনভাৰ ন্যস্ত কৰিব বিচাৰিছে দিল্লী আৰু দিছপুৰে৷

Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ

শিৱসাগৰত অসম প্ৰদেশ(Gaurav Gogoi) কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ। কালি যোৰহাট, তিতাবৰ,গেলেকী,নাজিৰাত জন সম্পৰ্ক কৰি নিশা শিৱসাগৰ চাৰ্কিট হাউচত নৈশ যাপন কৰে।

Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

সামাজিক মাধ্যমত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা বিশেষ পোষ্ট। (Pijush Hazarika) পোষ্টটো কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উদ্দেশি দিছে। গৌৰৱ গগৈক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে।

Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ পঞ্চায়তৰ দুগৰাকী প্ৰাক্তন সভানেত্ৰীসহ বহুকেইজন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

পঞ্চায়ত নিৰ্বাচনত ধেমাজি জিলাত কংগ্ৰেছ(Gogamukh news) দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত দলটোৰ নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ হতাশাই দেখা দিছে ৷

Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৃহস্পতিবাৰে সন্ধিয়া পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ পুত্ৰৰ এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকে।(Prime Minister Narendra Modi) 

Popular