Breaking

Browsing Category

ৰাজনীতি

আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত কৰিমউদ্দিন বৰভূঞা;ভিক্ষাৰ পাত্ৰলৈ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে বৰভূঞা…

হিন্দু নাৰীক অশালীন অপমানসূচক মন্তব্য কৰি বিপদত সাংসদ বদৰুদ্দিন আজমল। ৰঙাঘৰৰ আলহী হোৱাৰ ভয়ত কম্পমান আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত নামিছে কৰিম উদ্দিন বৰভূঞা।
Read More...

অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে RSS প্ৰধান মোহন ভাগৱত…

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব।অহা ১০ ডিচেম্বৰত অসমলৈ আহি ১১ ডিচেম্বৰত গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ এক
Read More...

বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে কতো কাম নকৰা হৈছে তাকে প্ৰতিপন্ন কৰিলে হিমাচল প্ৰদেশৰ জনতাই:ভূপেন কুমাৰ…

অসমৰ ৰাজনীতি সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা এই বিজেপিৰ দৰে অপশক্তি সমুহক নাশ কৰিবলৈ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে। ইয়াৰ প্ৰমাণ আজি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰতিনিধিত্ব কৰা হিমাচল প্ৰদেশৰ জনতাই দিলে। বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে যে
Read More...

গুজৰাটত ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে

গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে। ভূপেন্দ্ৰ পাটিল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী। এই কথা ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে।
Read More...

ধুবুৰী বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় বিধায়ক নজৰুল…

২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰবুজ লয় বিধায়ক নজৰুল হকে। দৰাচলতে সমষ্টি খনৰ দূৰাহাটি গাঁও পঞ্চায়ত আৰু বিন্নাছাৰা গাঁও পঞ্চায়তৰ লগতে ধুবুৰীৰ ভাৰত-বাংলাদেশ
Read More...

গুজৰাট নিৰ্বাচনত জয়লাভৰ পূৰ্বে দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত উদযাপন…

গুজৰাট আৰু হিমাচল বিধানসভাৰ নিৰ্বাচন বৰ্তমান গণনা চলি আছে।সমান্তৰালভাৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিধানসভা আৰু সংসদৰ সদস্যৰ উপ-নিৰ্বাচনৰ ভোট গণনাও চলি আছে।
Read More...

অভিযোগ নামা দাখিলৰ পিছত পেৰুৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোৰ সলনি ডিনা বলুয়াৰ্টক নিযুক্তি…

পেৰুত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক অভিযোগনামা দাখিল কৰাৰ পিছত - তেওঁ সংসদ ভংগ কৰাৰ চেষ্টা । বুধবাৰে লিমাত নাটকীয় দিনৰ পিছত শপত গ্ৰহণ কৰে ডিনা বলুয়াৰ্টে - পূৰ্বে উপ-ৰাষ্ট্ৰপতি।
Read More...

গুজৰাটত বিজেপিৰ ব্যাপক অগ্ৰগতি, হিমাচলত বিজেপি আৰু কংগ্ৰেছৰ যুঁজ…

বিধানসভা নিৰ্বাচনৰ ফলাফল ২০২২: গুজৰাটত বিজেপিৰ ব্যাপক অগ্ৰগতি, হিমাচলত বিজেপি আৰু কংগ্ৰেছৰ কঠোৰ যুঁজ, প্ৰাৰম্ভিক ধাৰাসমূহে প্ৰকাশ কৰিছে এই কথা।আজি ঘোষণা হোৱা গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সকলোৰে দৃষ্টি আকৰ্ষণৰ
Read More...

সংসদৰ শীতকালীন অধিবেশনঃ জি-২০ আয়োজন ভাৰতৰ বাবে এক ডাঙৰ সুযোগ; সংসদত প্ৰধানমন্ত্ৰী মোডীৰ ডাঙৰ…

সংসদৰ শীতকালীন অধিৱেশন ২০২২ঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। যদিও এই অধিবেশন কৰ্মৰ দৃষ্টিকোণৰ পৰা মাত্ৰ ১৭ দিনৰ বাবে, তথাপিও মঙলবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে যি ধৰণৰ মনোভাৱ দেখুৱাইছে, তাৰ পৰা এই
Read More...

গ্ৰেপ্তাৰ হব নেকি বদৰুদ্দিন আজমল?মুখ্যমন্ত্ৰীৰ মন্তব্যই নমাইছে অশনি সংকেত…

ৰঙাঘৰৰ আলহী হব নেকি সাংসদ বদৰুদ্দিন আজমল। আজি নলবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই সাংসদ গৰাকীৰ জীৱনলৈ নমাই আনিছে অশনি সংকেত। হিন্দু
Read More...