Breaking

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ক’লে বলীউডৰ কণ্ঠশিল্পী ”কেকে মোৰ বাবে চিৰদিন‌ প্ৰিয়”…

0 92

অসমৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী আকৌ এবাৰ হৃদয় জয় কৰিলে বেংগালুৰুৰ দৰ্শকৰ।

প্ৰয়াত কণ্ঠশিল্পী কেকেৰ মৃত্যুৰ স্মৃতিত অনুষ্ঠিত কৰা সংগীত অনুষ্ঠানত জুবিন গাৰ্গে কেইবাটাও গীত পৰিৱেশন কৰে ।

লগতে তেওঁ কয় কেকে তেওঁৰ বলীউডৰ একমাত্ৰ প্ৰিয় কণ্ঠশিল্পী আছিল আৰু চিৰদিনলৈ থাকিব ।

Leave A Reply