Breaking

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু! এই খবৰ সত্য নে অসত্য…

0 32

৩২ বছৰীয়া বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু বুলি এক খবৰ ওলাইছে। অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি ছাৰ্ভাইকেল কেন্সৰাত আক্ৰান্ত হৈ আছিল বুলিও খবৰ প্ৰকাশ হৈছে। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত জনাই অভিনেত্ৰীগৰাকীৰ মেনেজাৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ৷

কোনো গীত বা বিজ্ঞাপনৰ প্ৰচাৰৰ বাবেহে মৃত্যুৰ খবৰ বিয়পাই দিয়া বুলি মন্তব্য একাংশৰ৷ প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছে নে নাই হোৱা সেয়া এতিয়াও ৰহস্য আৱৰ্তত।

Leave A Reply